Friday, July 1, 2022

আমাৰ জীৱনটো বৰ্তি থাকে কাৰোবাৰ দুৰ্ভাগ্যৰ ওপৰত


আমি চিকিৎসক ৷ আমাৰ দুখৰ কথা এইটোৱেই যে আমাৰ জীৱনটো বৰ্তি থাকে কাৰোবাৰ দুৰ্ভাগ্যৰ ওপৰত ৷ কাৰোবাৰ বেমাৰ-আজাৰ, অসহনীয় অৱস্থা সেইবোৰৰ ওপৰতেই আমাৰ জীৱনটো বৰ্তি থাকে৷ এটা প্ৰাৰ্থনা আছে, মই কৰবাত পঢ়িছিলোঁ, হে ভগবান, আমাক এনেকুৱা শক্তি দিয়া, আমাক এনেকুৱা বুদ্ধি দিয়া, যাতে মই সেই আৰ্তজনৰ সেৱা ভালদৰে কৰিব পাৰোঁ ৷’ বিশ্ব চিকিৎসক দিৱসত ডাঃ ৰাতুল দত্তৰ বক্তব্য ৷ বাৰ্তা এনই-য়ে আগবঢ়োৱা সম্বদ্ধৰ্না অনুষ্ঠানৰ ভাষণত ডাঃ দত্তই এনেদৰে কয় ৷

No comments:

Post a Comment

Featured Post

বিৰল ৰাগ ‘চন্দ্ৰনন্দন’ৰ শান্ত পৰিবেশন

আকাশত উজলি থকা অলেখ তৰা আৰু পূৰ্ণচন্দ্ৰৰ স্নিগ্ধতাই সৃষ্টি কৰা এক ৰহস্যময় সৌন্দৰ্যৰ সৈতে ‘চন্দ্ৰনন্দন’ ৰাগক তুলনা কৰিব পাৰি ৷ এই ৰাগটো কোনো ...