Saturday, June 17, 2023

নাছিৰুদ্দিন শ্বাহৰ বাৰ্ধক্য আৰু এজেন্দা

মূল অনন্ত বিজয় > অনুবাদ উৎপল দত্ত > প্ৰথম প্ৰকাশ ১৮জুনৰ সাদিন

প্ৰায় তিনি-চাৰি বছৰ আগৰ কথা ৷ এখন সাহিত্য মহোৎসৱত অংশ লৈ চলচ্ছিত্ৰ অভিনেতা নাছিৰুদ্দিন শ্বাহে কৈছিল যে তেওঁ জনপ্ৰিয় বিচাৰে আৰু সেইবাবেই চিনেমাত প্ৰৱেশ কৰিছে ৷ নাছিৰুদ্দিন শ্বাহে অকল এই কথা কৈয়েই শেষ কৰা নাছিল, তেওঁ লগতে ইয়াকো কৈছিল যে চিনেমাৰ জৰিয়তে শিল্পৰ সেৱা কৰাৰ লক্ষ্যৰে তেওঁ চিনেমালৈ অহা নাই, তেওঁ কেৱল জনপ্ৰিয়তাহে পাব বিচাৰিছিল ৷চিনেমালৈ অহাৰ কাৰণশিল্পৰ সেৱাবুলি কোৱা সকলে মিছা কথা কয় ৷ সত্যটো হ’ল মানুহে টকা উপাৰ্জন কৰি বিখ্যাত বলৈ ছবিৰ জগতলৈ আহে-‘ এই কথাখিনি এনে এজন ব্যক্তিয়ে কৈছিল যিজনক শ্ৰেষ্ঠ শিল্পী বুলি কোৱা হৈছিল ৷ কোৱা হৈছিল - তেওঁ এনে এজন অভিনেতা যিয়ে অভিনয় শিল্পক নতুন উচ্চতালৈ লৈ গৈছিল, ইত্যাদি ৷ এই বক্তব্য প্ৰকাশৰ কেইমাহমানৰ আগতে নাছিৰুদ্দিন শ্বাহৰ কিতাপখন বজাৰলৈ আহিছিল ৷ দৰাচলতে যোৱা কেইবাবছৰ ধৰি দেশত এটা ধাৰা চলি আহিছে যে যিসকল চলচ্চিত্ৰ শিল্পীয়ে কাম নাপায় বা কাম কমকৈ পায় তেওঁলোকে কিতাপ লিখে ৷ কিতাপ লিখাৰ এটা সুবিধা তেওঁলোকক বুদ্ধিজীৱী বুলি গণ্য কৰা হয় আৰু দ্বিতীয়তে তেওঁলোকক সাহিত্য উৎসৱলৈ নিমন্ত্ৰণ কৰা হয় ৷ সাহিত্য উৎসৱৰ পৰা এক বেলেগ ধৰণৰ জনপ্ৰিয়তা আহে ৷ গতিকে নাছিৰুদ্দিন শ্বাহৰ কাম কমি যাবলৈ ধৰাৰ সময়তে তেওঁ এখন কিতাপো লিখি উলিয়ালে ৷ বহু সাহিত্য উৎসৱলৈ তেওঁ আমন্ত্ৰিত ল ৷ সেইবোৰত বিতৰ্কিত বক্তব্য দি তেওঁ বিখ্যাত হৈ পৰিল ৷ কিতাপখনৰ বিক্ৰি ভাল হৈছিল ৷ তাৰ পিছত কেইবাটাও বছৰ পাৰ হৈ গ’ল ৷ এই সময়চোৱাত তেওঁৰ আন কোনো কিতাপ ওলোৱা নাছিল, গতিকে সাহিত্য উৎসৱৰ পৰা অহা নিমন্ত্ৰণ বন্ধ হৈ গ’ল ৷ এতিয়া তেওঁ জনপ্ৰিয় হোৱাৰ নতুন পথ বিচাৰি উলিয়াইছে ৷ সময়ে সময়ে বিতৰ্কিত বক্তব্য দিবলৈ আৰম্ভ কৰিলে ৷ কেতিয়াবা দেশৰ ভয়ৰ পৰিবেশৰ কথা ক’বলৈ ধৰিলে আৰু কেতিয়াবা এই ভয়ৰ পৰিৱেশৰ বাবেই সন্তানৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিবলৈ ধৰিলে ৷ কেতিয়াবা অনুপম খেৰকজোকাৰ’ বুলি কয় আৰু কেতিয়াবা আন সতীৰ্থ শিল্পীৰ বিষয়ে বেয়া মন্তব্য কৰে ৷ ইণ্টাৰনেট মিডিয়াৰ এই যুগত এনে বিতৰ্কিত বক্তব্য জনপ্ৰিয়    বলৈ বেছি সময় নালাগে ৷  ছবিত নাচিৰৰ কাম কমি আহিবলৈ ধৰাত তেওঁ অভাৰ টপ প্লেটফৰ্মৰ ফালে মুখ কৰিলে ৷ তেওঁৰ কিবা ৱেব ছিৰিজ মুক্তি পোৱা সময়ত তেওঁ সন্মুখলৈ আহি বিতৰ্কিত কথা কৈ চৰ্চাত থাকিবলৈ চেষ্টা কৰিছিল ৷ এতিয়া তেওঁৰ ৱেব চিৰিজ তাজ, ৰেইন অৱ ৰিভেঞ্জ আহি উপস্থিত হোৱাত তেওঁ আকৌ এবাৰ সাক্ষাৎকাৰ আদি দিয়াৰ সুযোগ পালে ৷ এইবাৰ নাছিৰুদ্দিন শ্বাহে ভয় কৰা নাছিল যদিও হিন্দী ছবিৰ ডাঙৰ ডাঙৰ অভিনেতাসকলে ভয় খাইছে বুলিহে কোৱা দেখা ল ৷ ইয়াৰ উপৰিও তেওঁ নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানকো উপহাস কৰা দেখা গৈছিল ৷ নতুন সংসদ উদ্বোধনৰ সময়ত এনে এক বৃহৎ অনুষ্ঠানৰ কি প্ৰয়োজন আছিল বুলি নাছিৰে প্ৰশ্ন উত্থাপন কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম নোলোৱাকৈয়ে দেশৰ সৰ্বোচ্চ নেতাজনে নিজৰ বাবে এটা স্মৃতিসৌধ নিৰ্মাণ কৰি আছে বুলিও তেওঁ কয় ৷ সংসদৰ মুকলি সভাত নৰেন্দ্ৰ মোডীক কিয় হাততধৰ্মদণ্ডলৈ পূজাৰীয়ে ঘেৰি অাছিল, সেই বিষয়তো তেওঁৰ আপত্তি আছে ৷ বিদ্ৰুপৰ সুৰত তেওঁ কৈছিল- এনে লাগিছিল যেন ব্ৰিটেইনৰ ৰজাই বিচপসকলৰ লগত খোজ কাঢ়িছে ৷ এতিয়া কোনে নাছিৰুদ্দিন শ্বাহক ভাৰতীয় পৰম্পৰাৰ বিষয়ে বুজাব ৷ যেতিয়া তেওঁলোকৰ প্ৰচাৰ লাভ কৰাটোৱেই মূল উদ্দেশ্য হয়, তেতিয়া তেওঁলোকে কেৱল শিৰোনাম হৈ ইণ্টাৰনেট মিডিয়াত জনপ্ৰিয় হৈ পৰিব পৰা এই ধৰণৰ কামহে কৰে ৷ তেওঁলোকে হয়তো নাজানে যে দেশখনে স্বাধীনতা লাভ কৰাৰ সময়ত জৱাহৰলাল নেহৰুৱেও ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ ঘৰত পূজা কৰিছিল ৷ দেশৰ বিভিন্ন প্ৰান্তৰ নদীৰ পানী ছটিয়াই দিয়া হৈছিল ৷ সেই পূজা কাৰ্যসূচীৰ অন্তত জৱাহৰলাল নেহৰুৱে ডঃ ৰাজেন্দ্ৰ প্ৰসাদ আৰু অন্যান্য স্বাধীনতা সংগ্ৰামীৰ সৈতে সংবিধান বিষয়ৰ সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল ৷ যেতিয়া এজনে নিজ দেশৰ পৰম্পৰা বুজি নাপায় আৰু লক্ষ্য হৈছে সমালোচনা কৰি খ্যাতি অৰ্জন কৰা, তেতিয়াই তেওঁ এনে অসংযত কাম কৰিব পাৰে৷ শ্বাহৰুখ খানে সংসদ ভৱন আৰু ইয়াৰ ভৱিষ্যৎ প্ৰশংসা কৰিছে বুলি সোধাত তেওঁ মৌন হৈ ৰৈছিল ৷

নাছিৰুদ্দিন শ্বাহে এতিয়া চিঞৰি ভয়ৰ কথা কোৱা সম্ভৱ নহয় ৷ শ্বাহৰুখ আৰু আমিৰৰ দৰে অভিনেতাইও ২০১৪ চনৰ পিছত এই দেশত ভয় খাইছিল যদিও এতিয়া তেওঁলোকে নিৰ্ভয়ে কাম কৰি আছে৷ নৰেন্দ্ৰ মোদীৰ বিৰোধিতা কৰা আমিৰ খানে কেৱল প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰাই নহয়, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তাক সাক্ষাৎ কৰিবলৈও কুণ্ঠাবোধ কৰা নাই ৷ এজন নাছিৰুদ্দিন শ্বাহ বাকী আছে যিয়ে এতিয়াও অনুভৱ কৰে যে হিন্দী ছবিৰ যিসকল মানুহৰ কথাৰ ওজন আছে, তেওঁলোক ভয়তে নিমাত হৈ আছে ৷ এই সময়ত দেশত যে এজেণ্ডা আৰু অপপ্ৰচাৰৰ চিনেমা নিৰ্মাণ হৈ আছে ৷ অজান ভয়ৰ বাবেই হিন্দী ছবিৰ বিখ্যাত ব্যক্তিত্বসকলে ইয়াৰ বিৰুদ্ধে মৌনতা অৱলম্বন কৰিছে বুলি ভাবি নাছিৰুদ্দিন শ্বাহ চিন্তাত পৰা যেন লাগে ৷ নাছিৰুদ্দিনে পাহৰি গ’ল যে সমান্তৰাল চিনেমাৰ যুগত যেতিয়া তেওঁ খ্যাতি লাভ কৰিছিল তেতিয়া সেই ছবিবোৰত কি মতাদৰ্শৰ এজেণ্ডা চলি আছিল ৷ সেই সময়ত তেওঁ সফল হৈছিল, তেওঁৰ কথাৰ ওজন আছিল আৰু প্ৰভাবো পৰিছিল ৷ তেতিয়া তেওঁলোকে এজেণ্ডাও দেখা নাপালে, অপপ্ৰচাৰো দেখা নাপালে ৷ সেই সময়ছোৱালৈ উভতি যাওক যেতিয়া খাজা আহমদ আব্বাছৰ নেতৃত্বত অভিনেতাৰ দলটোৱে ছোভিয়েট ৰাছিয়ালৈ গৈ তাত অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৷ তাত চৰকাৰৰ আতিথ্য উপভোগ কৰি উভতি আহি নিজৰ মতাদৰ্শৰ আধাৰত ছবি নিৰ্মাণ কৰিছিল ৷ নাছিৰুদ্দিন শ্বাহে কেতিয়াও তেওঁৰ বিষয়ে একো কোৱা নাছিল ৷ ইয়াক নিৰ্বাচিত মৌনতা বা নিৰ্বাচিত সঁহাৰি বোলা হয় ৷ দেশৰ মানুহে এতিয়া এনেবোৰ কথা বুজিবলৈ আৰম্ভ কৰিছে ৷ তেওঁলোকৰ এজেণ্ডাও বুজিবলৈ সক্ষম হৈছে ৷

নাছিৰুদ্দিন শ্বাহক লৈ জাভেদ আখতাৰ আৰু চেলিম খানৰ মতামত একে৷ দুয়োৰে বিশ্বাস যে নাছিৰে হতাশাৰ বাবেই এনে বক্তব্য দিয়ে ৷ দৰাচলতে কেইবছৰমান আগতে নাছিৰুদ্দিন শ্বাহে ৰাজেশ খান্নাক মূৰ্খ অভিনেতা আখ্যা দি ঠাট্টা-মস্কৰা কৰিছিল ৷ তেতিয়া জাভেদ আখতাৰে স্পষ্টকৈ কৈছিল যেনাছিৰ চাহাবে কোনো সফল মানুহকে ভাল নাপায় ৷ যদি কাৰোবাক ভাল পায় তেন্তে নামটো কওক যে মই এই মানুহজনক ভাল পাওঁ কাৰণ তেওঁ সফল ৷ আজিলৈকে শুনা নাই ৷ দিলীপ কুমাৰক সমালোচনা কৰে, অমিতাভ বচ্ছনক সমালোচনা কৰে, সফল হোৱা প্ৰতিজন পুৰুষকে ভাল নাপায় ৷প্ৰায় একে সময়তে চেলিম খানেও নাছিৰুদ্দিন শ্বাহক হতাশ আৰু তিক্ত মানুহ বুলি অভিহিত কৰিছিল ৷ দেখা যায় যে নাছিৰুদ্দিন শ্বাহক লৈ চেলিম খান আৰু জাভেদ আখতাৰে দিয়া বক্তব্য শুদ্ধ আছিল ৷ নিজৰ বয়সৰ অনুপম খেৰেও বেলেগ বেলেগ চৰিত্ৰত অভিনয় কৰি ব্যস্ত হৈ থকা দেখি তেওঁ হয়তো হতাশ ব ৷ তেওঁতকৈ ডাঙৰ অমিতাভ বচ্ছনে এতিয়াও কাম পাই আছে ৷ আনহাতে নাছিৰুদ্দিন শ্বাহক ছবি জগতৰ অতি কম সংখ্যক লোকেহে ছবিৰ বাবে বিচাৰে ৷ হিন্দী ছবিৰ জগতখন এই অৰ্থত অতি নিষ্ঠুৰ যে যদি দৰ্শকে কোনোবা এজন অভিনেতাক ভাল নাপায় বা তেওঁলোকৰ ছবি সফল নহয়, তেন্তে তেওঁলোকে সেইবোৰলৈও নাচায়, তেওঁলোকৰ লগত ছবি এখন কৰাটো দূৰৰ কথা ৷ এই কথা নাছিৰে বুজিব লাগিব ৷

https://cutt.ly/WwwQlXxh

Saturday, June 10, 2023

ভাৰতীয় ৰাজনীতি জগতত খলকনি লগোৱা এখন কিতাপ

প্ৰথম প্ৰকাশ দৈনিক জনমভূমি ১০.৬.২৩

কিতাপখনৰ নামটোৱে ইংগিত দিয়ে যে ফাইলত লুকাই থকা বা লুকুৱাই ৰখা ইন্দিৰা গান্ধী বিষয়ক কিছুমান কথাই এই হিন্দী কিতাপখনত স্থান পাইছে ৷ ইন্দিৰা গান্ধীয়ে ইহলীলা সম্বৰণ কৰা কেইবা দশকো হ’ল৷ জনপ্ৰিয়তাৰ দিশৰ পৰা তেওঁৰ জড়িত থকা একাধিক কংগ্ৰেছ দলৰ এতিয়াৰ অৱস্থা শোচনীয় ৷ তেনে এগৰাকী নেত্ৰীৰ বিষয়ে এখন নতুন কিতাপৰ প্ৰয়োজন কি ? ৰাচিয়াৰ গুপ্তচৰ সংস্থা কেজিবিৰ আৰ্কাইভত সোমাই থকা অলেখ ফাইলৰ পৰা তুলি অনা কিছু তথ্যৰ প্ৰকাশ ঘটিছিল মিত্ৰোখিন ফাইলছ নামেৰে ৷ এই ‘মিত্ৰোখিন ফাইলছ’ নামৰ লগত থকা সাদৃশ্যই এটা পূৰ্ব ধাৰণাৰ সৃষ্টি কৰে যে কিতাপখনত প্ৰকাশ কৰা হৈছে কিছু গোপন অথবা লুকাই থকা তথ্য যিখিনিয়ে ইন্দিৰা গান্ধী বিৰোধীসকলক কিছু খোৰাক একত্ৰিত কৰি দিব পাৰিব ৷ 

লেখক বিষ্ণু শৰ্মাই পাতনিত স্পষ্ট ভাবে কৈছে যে পাকিস্থানক দুটুকুৰা কৰা ইন্দিৰা গান্ধীৰ প্ৰশাসনীয় দক্ষতাক তেওঁ যেনেদৰে প্ৰশংসা কৰে তেনেদৰে পুত্ৰ স্নেহত অন্ধ হৈ বংশবাদৰ ৰাজনীতিক খামুচি ধৰি থকা নেত্ৰী গৰাকীৰ প্ৰতি তেওঁ একেই ধাৰণা প্ৰকাশ কৰিব নোৱাৰে ৷ লেখকে উল্লেখ নকৰিলেও এইটো সত্য যে ইন্দিৰা গান্ধী নিজেই বংশবাদৰ এটা ভাল উদাহৰণ আৰু ইয়াৰ ধাৰাবাহিকতাই ভাৰতীয় ৰাজনীতিৰ জগতখনক আমোদজনক কৰি ৰাখিছে ৷ নেহৰু-গান্ধী পৰিয়ালৰ প্ৰাইভটে লিমিটেড কোম্পানী হিচাপে প্ৰখ্যাত কংগ্ৰেছত বিভিন্ন সময়ত হোৱা বিসম্বাদৰ কাৰণ মূলতঃ এই বংশবাদৰ প্ৰভাব ৷ ৰাজনৈতিক নেতাৰ বিষয়ে লেখা কিতাপৰ আকষৰ্ণ তেতিয়াই বাঢ়ে যেতিয়া তাক কিছু ব্যক্তিগত কথা থাকে অথবা উত্তেজক সমালোচনামূলক কথাই স্থান লাভ কৰে৷ কেলেংকাৰী জাতীয় কথা থাকিলেতো আৰু কোনো কথাই নাই ৷ কিন্তু এই কিতাপৰ লেখকে সেই সহজ পথত ভৰি দিয়া নাই ৷ তেওঁ একোটা বিষয় বাচি লৈছে আৰু সেই প্ৰসংগত থকা বিভিন্ন তথ্যপাতিৰে কথাটো উপস্থাপন কৰিছে ৷ নিজৰ ফালৰ পৰা বিশেষণীয় বিশেষণ থকা মন্তব্য প্ৰদান কৰা নাই ৷ ইয়ৰ অৰ্থ এইটো নহয় যে তেওঁ তথ্যসূত্ৰৰ সংগ্ৰাহকহে মাথোন ৷ বিষয়বোৰৰ নিৰ্বাচন, তথ্যৰ উপস্থাপন আৰু ৰুচিসম্পন্ন ৰচনাই তেওঁৰ ৰাজনৈতিক বিশ্লেষণৰ ক্ষমতা আৰু দায়িত্ববোধৰ পৰিচয় দিয়ে ৷ ইতিহাসে একো একোটা সময়ত খলনায়িকাৰ স্থানলৈ লৈ যোৱা এই নেত্ৰীগৰাকীৰ বিষয়ে লেখোতে, বিশেষকৈ উত্তেজনাৰ ইংগিত দিয়া শিৰোণামাৰ কিতাপখন লেখোতে লেখকে উত্তেজক শব্দমালা ব্যবহাৰৰ সুবিধা পাইছিল ৷ কিন্তু সেই প্ৰলোভনৰ ফান্দত তেওঁ ভৰি দিয়া নাই, তেওঁ তথ্যৰ পৰিসীমাৰ ভিতৰতে ৰৈ গৈছে আৰু পাঠকক প্ৰদান কৰিছে এক পৰিপক্ক  ৰচনাৰ স্বাদ ৷

ইন্দিৰা গান্ধীৰ ৰাজত্বকালত সঘনাই উত্থাপিত প্ৰশ্ন এটিৰ বিষয় আছিল- ইন্দিৰা গান্ধী কাৰ অধিক ওচৰ চপা - চিআইএ-ৰ নে কেজিবিৰ? লেখক বিষ্ণু শৰ্মাই কিতাখনৰ এটা অধ্যায়ৰ শিৰোণামাত সেই প্ৰশ্নৰ স্পষ্ট উত্তৰ দিছে ৷ তেওঁৰ অধ্যায়টিৰ শিৰোণামা - ‘কভী চিআইএ তো কভী কেজিবি কে হাথ কী পুতলী’৷ ভাৰতত এসময়ত থকা আমেৰিকান ৰাষ্ট্ৰদূত ডেনিয়েল পেট্ৰিক মোইনিহানে লেখা ‘এ ডেনজাৰাচ প্লেচ’ গ্ৰন্থৰ উদ্ধৃতিৰে লেখকে কেৰেলা আৰু পশ্চিমবংগত কমিউনিষ্টৰ উত্থান প্ৰতিহত কৰাৰ বাবে চিআইয়ে ইন্দিৰা গান্ধীক দুবাৰ পইচা দিছিল ৷ এই কথাৰ সূত্ৰ ধৰিয়েই কেৰেলাৰ বিত্তমন্ত্ৰী থমাছ ইজাকে দুই হেজাৰ আঠচনত কৰা অনুসন্ধানত কলম্বিয়া বিশ্বাবিদ্যালয়ৰ ‘অৰেল হিষ্টৰি আৰ্কাইভ’ৰ পৰা চিআইএ-কংগ্ৰেছৰ সম্বন্ধৰ তথ্য উদঘাটন কৰে ৷ ১৯৫৭-৫৯ চনত ভাৰতত থকা আমেৰিকান ৰাষ্ট্ৰদূত এলছৱৰ্থ বেংকাৰে দিয়া এটা সাক্ষাৎকাৰত কৈছিল যে ৰাচিয়াই কমিউনিষ্ট পাৰ্টিক টকা দিয়াৰ কথা জনাৰ পাচত চিআইয়ে কংগ্ৰেছ দলক অৰ্থ সাহায্য দিছিল ৷ লেখক বিষ্ণু শৰ্মাই এই কথাবোৰ বিভিন্ন ধৰণৰ তথ্যৰ ওপৰত ভিত্তি কৰি কৈছে আৰু প্ৰতিটো লেখাৰ লগতেই তথ্যসূত্ৰও উল্লেখ কৰিছে ৷

ইন্দিৰা গান্ধীৰ জীৱন আৰু কামৰ বিষয়ে ইমান আলোচনা-কিতাপ-পত্ৰ প্ৰকাশ হৈ গৈছে যে প্ৰশ্ন উত্থাপন হোৱাৰ সম্ভাবনা ৰৈ যায়- ইন্দিৰা গান্ধীৰ জানিবলৈ আৰু কি বাকী আছে যিখিনি মানুহে জনাটো প্ৰয়োজন ? এইটো এটা স্বাভাবিক প্ৰশ্ন ৷ কিন্তু গভীৰভাৱে চিন্তা কৰিলে দেখা যায় যে ঘটনাবোৰ বস্তুনিষ্ঠ প্ৰকৃতিৰ, ৰাজনৈতিক আৰু সামাজিক জীৱনৰ লগত সেই ঘটনাবোৰ বিভিন্ন ধৰণে সংযুক্ত ৷ পৰিবৰ্তিত সময়ৰ লগে লগে সেইবোৰে পৃথক পৃথক অৰ্থ প্ৰকাশ কৰিব পাৰে, বিভিন্ন ঘটনাৰ প্ৰতিক্ৰিয়া বহু দিন পাচত প্ৰকাশ হ’ব পাৰে আৰু এইবোৰ কাৰণতেই একোগৰাকী প্ৰভাবশালী ৰাজনৈতিক নেতাৰ কামৰ বাৰাম্বাৰ বিশ্লেষণ প্ৰয়োজন হৈ পৰে ৷ ইন্দিৰা গান্ধীয়ে প্ৰধানমন্ত্ৰী হৈ থকা সময়ত কৰা কামবোৰ এটা নিৰ্দিষ্ট সময়ৰ কাম নহয়, ই ভাৰতৰ প্ৰবহমান গতিৰ লগত সম্পৰ্কিত আৰু সেইবাবেই ইন্দিৰা গান্ধীয়ে কৰি যোৱা কামবোৰৰ নতুন নতুন বাখ্যা সংযোজিত হৈ থাকিব৷ ৰাজনৈতিক কাৰণত, বিশেষকৈ নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলবোৰে এটাই আনটোৰ দোষ খোচৰাটি স্বাভাবিক কথা ৷ কিন্তু সেইবোৰ কথাক মানুহে নিৰ্বাচনী সময়ৰ স্ফূৰ্তি হিচাপেই গণ্য কৰে ৷ কিন্তু ৰাজনৈতিক আদৰ্শ, উদ্দেশ্য আৰু কৰ্মপন্থাৰ বিশ্লেষণৰ সময়ত অতীতৰ তথ্যবোৰৰ বিশ্লেষণ হৈ পৰে গভীৰভাবে প্ৰয়োজনীয় ৷

‘বৰুৱা মডেল: ভাৰতীয় ৰাজনীতিলৈ ইন্দিৰাৰ উপহাৰ’ শীৰ্ষক অধ্যায়টিত লেখকে ভাৰতৰ এচোৱা জটিল সময় জৰুৰীকালীন অৱস্থাত কংগ্ৰেছ সভাপতি হোৱা দেৱকান্ত বৰুৱাৰ উত্থান আৰু কামৰ বৰ্ণনা দিয়া হৈছে ৷ ভাৰতীয় ৰাজনীতিৰ গতি প্ৰকৃতি অধ্যয়ণ কৰিলে দেখা যায় কংগ্ৰেছ দলত দেৱকান্ত বৰুৱা এজন আদৰ্শ সভাপতি হিচাপে গণ্য কৰা হৈ আহিছে আৰু পৰবৰ্তী কালত কংগ্ৰেছে সেই ধৰণৰ সভাপতিকেই নিৰ্বাচন কৰি আহিছে ৷ আজিৰ দিন এই কথাবোৰ অধ্যয়ণৰ কৰাৰ বাবেই অতীতৰ কথাৰ প্ৰয়োজন ৷ ‘বৰুৱা মডেল’ শব্দটি লেখকৰ সৃষ্টি, কিন্তু বৰুৱা সম্পৰ্কত যিবোৰ তথ্য সংগ্ৰহ কৰিছে সেই আটাইবোৰৰ উৎস উল্লেখে প্ৰৱন্ধটিক ৰাজনৈতিক মতামতৰ উৰ্ধলৈ লৈ গৈছে ৷

এই সুলিখিত হিন্দী গ্ৰন্থখনত ৫০টা অধ্যায় আছে আৰু প্ৰতিটো অধ্যায়য়েই স্বয়ংসম্পূৰ্ণ ৷ এই কিতাপখনৰ সৌন্দৰ্য হ’ল ইয়াৰ সুখপাঠ্য গুণ আৰু বিশ্বাসযোগ্যতা ৷ লেখকৰ অসীম প্ৰণালীবদ্ধ অধ্যয়ণ প্ৰতিটো অধ্যায়তে প্ৰকাশিত ৷ কিতাপখনত এনেভালেমান তথ্য আছে যিবোৰে পাঠকক বিস্ময়াভিভূত কৰিব, নতুন কথা জনাৰ আনন্দ দিব ৷ দেৱকান্ত বৰুৱাই যে এসময়ত প্ৰধানমন্ত্ৰী হ’বলৈ ইচ্ছা কৰি আগবাঢ়িছিল সেই কথাৰ প্ৰাপ্তিয়ে কিতাপখনৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰে ৷ লেখকে সকলো কথাৰে তথ্য উৎস দিছে যদিও কৈছে “সকলো প্ৰচেষ্টাৰ পিছতো প্ৰতিটো ঘটনাৰ কোনোবা নহয় কোনোবা এটা দিশ হেৰুৱাই পেলোৱাৰ সম্ভাৱনা থাকে, কিছুমান ভুলো হ’ব পাৰে... গতিকে সময়ত সেইবোৰৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰক, যাতে পৰৱৰ্তী সংস্কৰণত সেইবোৰ শুধৰাই দিব পৰা যায় ৷’

মতাদৰ্শৰ সংঘাতৰ এই যুগত এই গ্ৰন্থখন হয়তো এটা চুকত থিয় হৈ থকা যেন লাগিব পাৰে, কিন্তু এজন পাঠক হিচাপে এই কিতাপখনক ইতিহাস চোৱাৰ আন এক দৃষ্টিভংগী হিচাপে গণ্য কৰিব পাৰি ৷ গ্ৰন্থখনত এফালে ইন্দিৰা গান্ধীৰ বিৰোধীসকলৰ বাবে তথ্য দাঙি ধৰা হৈছে যদিও আনফালে তেওঁৰ প্ৰশংসকৰ বাবে ইয়াত বহুতো নতুন চাঞ্চল্যকৰ তথ্যও আছে ৷

ইতিহাস আৰু ৰাজনীতিৰ প্ৰতি আগ্ৰহী লোকসকলৰ লগতে এই কিতাপখন সাংবাদিক, টেলিভিচন টক শ্ব’ৰ প্ৰযোজক আৰু অংশগ্ৰহনকাৰী সকলোৰে বাবে উপযোগী৷ ছ’চিয়েল মিডিয়াৰ ছাটিৰ তলত ডাঙৰ-দীঘল হোৱা নতুন প্ৰজন্মই কম শব্দত, স্পষ্ট আৰু পোনপতীয়া তথ্য বিচাৰে৷ এই কিতাপখনে এই নতুন প্ৰজন্মৰ অধ্যয়ণ-মানসিকতাক প্ৰতিফলিত কৰিছে ৷ 

ৱেব চিৰিজৰ মাজেৰে ৰাজনৈতিক প্ৰচাৰ

÷Óù ¿ýÃõϠ - Õò™L ¿ÂõæÃûþ, Õü÷Ïûþ± ÕòÅÂõ±ðà - ë×ÂÈÂóù ðÃMÃÃÃ
Îû±»± ¿ßÁåÅÿðÃò ñ¿1 ¿Âõ¿öÂi§ ÷ýÃÃùî ‘ÛËæÃG± ¿ôÂ{Ãj’1 äÂäÂDZ ä¿ù Õ±Ëåü ÛßÁ ¿ò¿ðÃÇ©† Î|íÏ1 Îù±ËßÁ ‘ðÃÉ ÎßÁË1ù± ©†’1Ï’ åÿÂõàòßÁ ÛËæÃG± ¿ôÂ{Ãj Âõ± ÕÂó›¶ä±1÷ÓùßÁ åÿÂõ ¿ýÃÃä±ËÂó ›¶ä±1 ßÁ¿1 Õ±Ëåü ë×ÂË~àËû±áÉ Îû ‘ðÃÉ ÎßÁË1ù± ©†’1Ï’ßÁ ÛËæÃG± ¿ôÂ{Ãj ÂõÅ¿ù ÎßÁ±»±üßÁù1 Õ¿ñßÁ±ÑúýÃ× ¿ßÁc åÿÂõàò Îä±»±ýÃ× ò±ýÃ× ¼ ÷Óù ßÁï± ýÃÃ’ù ¿ÂõßÁŠ Âõ±ßÁñ±1±Ë1 åÿÂõàòßÁ ÛËæÃG± ¿ýÃÃä±ËÂó ›¶ä±1 ßÁ¿1 åÿÂõàòßÁ ÂóË1±ŽÂö±˻ ÂõæÃÇò ßÁ1± Âó¿1ËÂõú üÔ¿©† ßÁ1± ÛßÁ ¿ÂõËúø¸ ñ1í1 Âó¿1Ë»ú îÂLa ü¿Sûþ ÆýÃà ձËåü ÕùÂó ÷ò ßÁ¿1ËùýÃ× ÎðÃà± û±ûþ Îû ÂõUËî± ¿äÂËò÷±, îÂïÉ¿äÂS Âõ± λÂõ¿åÿ1æÃ1 ÂõMÂõÉ1 ùáî Âó¿1Ë»ú îÂLa1 ÷î±ðÃúÇ1 ¿÷ù ò±ï±ËßÁ¼ ÎîÂÝÒËù±ßÁ1 ßÁ±÷1 ÷±æÃî ë×ÂËij±¿äÂî ýÃÃûþ ÎîÂÝÒËù±ßÁ1 ÷î±ðÃúÇ1 ßÁÅßÁ÷Ç ¼ ¿ßÁåÅÃ÷±ò ¿äÂËò÷± Âõ± λÂõ¿åÿ1æÃ1 ÎüýÃ× ¿ÂõËúø¸ ¿ÂõµÅËÂõ±1ßÁ Æù ÎüýÃ× Âó¿1ËÂõúîÂLa1 üðÃüÉüßÁËù Uù¦š³ù ßÁË1, ¿ûËÂõ±1 åÿÂõ Âõ± λÂõ ¿ä¿1æÃî ÷î±ðÃúÇ1 Õ±»1í Æù üÑâ¿éÂî ßÁ1± ßÅÁßÁ÷ÇËÂõ±1 ›¶ßÁ±ú ßÁ1± ýÃÃûþ¼ ÛýÃ× ßÁï±1 ›¶÷±í ïßÁ± Ûàò ñ±1±Âõ±¿ýÃÃßÁ ÆýÃÃËåà ‘æÃÅ¿ÂõùÏ’¼
‘æÃÅ¿ÂõùÏ’ ò±÷1 ñ±1±Âõ±¿ýÃÃßÁàòî ¦¤±ñÏòî±1 ÎßÁýÃ×ÂõåÃ1÷±ò Õ±á1 Õ±1n¸ î±1 ÎßÁýÃ×ÂõåÃ1÷±ò Âó±äÂ1 ¿ýÃÃµÏ ¿äÂËò÷± æÃáîÂ1 ßÁï± ÎßÁ±»± ÆýÃÃËåü ÛýÃ×àò ñ±1±Âõ±¿ýÃÃßÁî 1ûþ éÂßÁÏæÃ1 Õ±1y¿í1 Âó1± Îúø¸ÍùËßÁ, ò±ûþßÁ1 ¿ò÷DZí Õ±1n¸ ò±¿ûþßÁ±ýÃ× ÷Åà±÷Å¿à ÎýÃñ»± ¿Âõ¿öÂi§ Âó¿1¿¦š¿îÂ1 ßÁï±1 ¿äÂS±ûþí ßÁ1± ÆýÃÃËåü ¿ÂõS÷±¿ðÃîÂÉ ÷é»±Ëò1 Âó¿1ä±ùò±î ¿ò÷DZí ÎýÃñ»± ÛýÃ× ñ±1±Âõ±¿ýÃÃßÁàòî ÎüýÃ× ûÅá1 ÎßÁýÃ×Âõ±á1±ßÁÏÝ ò±ûþßÁ-ò±¿ûþßÁ±1 æÃÏ»ò Õ±1n¸ ßÁ±¿ýÃÃòÏ ðñ¿ãÃà ñ1± ÆýÃÃËåü ÛýÃ× Î»Âõ ñ±1±Âõ±¿ýÃÃßÁàò1 ¿Âõø¸Ëûþ ä¿ù ïßÁ± Õ±Ëù±äÂò±1 ÷Óù ¿Âõø¸ûþ ýÃÃ’ù ýÃ×ûþ±1 ò±ûþßÁ ÷ðÃò ßÁÅ÷±11 ùáî Âõ±™¦Âõ1 ÎßÁ±ò á1±ßÁÏ ò±ûþßÁ1 ä¿1S1 ùáî ¿÷ù ÎðÃà± û±ûþ¼ ÛËßÁýÃ× ßÁï±1 ›¶¿îÂñõ¿ò qò± û±ûþ ò±¿ûþßÁ± ¿òËù±ô±11 ÎŽÂSËî±¼ 1ûþ éÂßÁÏæÃ1 ¦¤Q±¿ñßÁ±1Ï ÀßÁ±™L 1ûþ1 ä¿1SËé±1 ùáî ¿ýÃÃ÷±Ñq 1ûþ1 ¿÷ù Õ±Ëåà Îò ò±ýÃ×· ¿÷Ë©†ªåà á1±ßÁÏ1 ùáî ÎðûÏßÁ± 1±íÏ1 ä¿1S1 ÆüËî ¿ßÁÂõ± ¿÷ù Õ±Ëåà Îò¿ßÁ· 1±æà ßÁ±ÂóÅ11 ÂõÉ¿MQ Õ±¿ðÃ1 Âó1± ÕòÅ›¶±¿íî ÎýÃñ»± ò±ûþßÁ æÃûþ à±i§± Âõ±™¦ÂõËî ÎßÁ±ò· ¿ßÁc ¿ýÃÃµÏ åÿÂõ1 Îû±ËáË1 1±¿åÃûþ±òüßÁËù ¿òæÃ1 ÛËæÃG± ÎßÁËòðÃË1 äÂù±ýÃ× Õ±¿ýÃÃËåÃ, ÎüýÃ× ßÁï±1 Õ±Ëù±äÂò± ÎßÁ¿îÂûþ±Ý ÎýÃñ»± ò±ýÃ×¼
ÛýÃ× ñ±1±Âõ±¿ýÃÃßÁàòî ¿ÂõS÷±¿ðÃîÂÉ ÷é»±ËòýÃ× ÎüýÃ× ü÷ûþ1 ¿ýÃÃµÏ åÿÂõî Îåñ¿öÂËûþé 1±¿åÃûþ± Õ±1n¸ Õ±Ë÷¿1ßÁ±1 ÛËæÃG±1 ›¶üÑá¿éÂßÁ Õ±áÂõìÂÿ±ýÃ× Æù ÆáËåü ÛýÃ× åÿÂõàò1 Ûé± üÑù±Âó ä±ÝÒ Õ±ýÃÃßÁ- ‘¿òæÃ1 ßÁF æÃòü±ñ±1í1 ÷±æÃÍù ¿òûþ±1 ðÅÃé±ýÃ× ë×ÂÂó±ûþ, ÷±S ðÅÃé±¼ ¿äÂËò÷± Õ±1n¸ Î1¿ëÂÕ¼’ Îåñ¿öÂËûþé ýÃ×ë׿òûþò Õ±1n¸ Õ±Ë÷¿1ßÁ± ðÅÃËûþ±àò ÎðÃËúýÃ× ö±1îÂ1 ¿äÂËò÷± Õ±1n¸ Î1¿ëÂÕ’î ¿òæÃ1 ¦š±ò ›¶¿î‡± ßÁ¿1ÂõÍù Î䩆± ßÁ¿1ËåÃ, Õ±1y ÆýÃÃËåà úÏîÂù ûÅX¼ ðÅÃËûþ±àò ÎðÃËúýÃ× ¿òæÃ1 ÛËæÃG±1 ›¶ä±11 Âõ±ËÂõ åÿÂõ ¿ò÷DZí ßÁ¿1Âõ ¿Âõä±Ë1¼ ÛýÃ× ë×ÂËVúÉ Õ±áî 1±¿àËûþýÃ× Îåñ¿öÂËûþé ýÃ×ë׿òûþËò ¿òæÃ1 ¿ÂõËúø¸ ÂõÉ¿M öÂÄù±¿ðÿ÷1ßÁ ö±1îÂÍù Âó¿êÂûþ±ýÃ×Ëåü äÂÏòî ÎîÂÝÒ ÛËæÃG± åÿÂõ1 Âõ±ËÂõ ÂõU ßÁ±÷ ßÁ¿1Ëåü ‘æÃÅ¿Âõ¿ù’ λÂõ ¿ä¿1æÃ1 üÑù±Âó1 Âó1± ¦ó©† ÆýÃà ÂóË1 Îû ¿ýÃÃµÏ ¿äÂËò÷±1 ›¶¿î Îåñ¿öÂËûþé ýÃ×ë׿òûþò ¿ßÁ÷±ò áöÂÏ1 ö±ËÂõ Õ±¢¶ýÃÃÏ Õ±¿åÃù¼ ÎüýÃ× ûÅá1 ë×ÂðÃÏûþ÷±ò î±1ßÁ± ÷ðÃò ßÁÅ÷±1ßÁ ¿òæÃ1 ÛËæÃG±1 Âõ±ËÂõ ßÁ±÷ ßÁ1±ÂõÍù öÂÄù±¿ðÿ÷1 Õ±¢¶ýÃÃÏ Õ±¿åÃù¼ 1±¿åÃûþ±1 ›¶¿î¿ò¿ñËûþ 1±ûþ éÂßÁÏæÃ1 ¦¤Q±¿ñßÁ±1Ï |ÏßÁ±™L 1±ûþËßÁ± ü±ŽÂ±È ßÁ¿1¿åÃù Õ±1n¸ ÎîÂÝÒßÁ ë×ÂÈü±ýà ¿ðÃÂõ Âó1± ßÁï±Ý ÆßÁ¿åÃù¼ |ÏßÁ±™L 1±Ëûþ ¿ßÁc ÎîÂÝÒ1 ›¶™¦±» ò±ßÁä ßÁ¿1¿åÃù¼ ÎüýÃ× ü÷ûþî 1±¿åÃûþ±òüßÁËù ¿ýÃÃµÏ åÿÂõî ›¶äÅÂ1 ¿Âõ¿òËûþ±á ßÁ¿1Âõ ¿Âõ䱿1¿åÃù¼ ÎîÂÝÒ ÛËò ÎßÁ±Ëò± î±1ßÁ± ÎÂó±»± ò±¿åÃù û±1 åÿÂõ1 Âõ±ËÂõ éÂßÁ± ¿ðÃÂõ Âó1± û±ûþ¼ Âó¿1¿¦š¿î ÛËòßÁÅ»± ýÃÃûþÍá Îû æÃûþ à±i§±ýÃ× ¿òæÃ1 ô±ýÃ×Ëò¿kûþ±1 »±¿ùûþ±ßÁ Ûàò åÿÂõ ¿ò÷DZí1 Âõ±ËÂõ ›¶dî ßÁË1¼ ðÅÃËûþ±æÃËòýÃ× 1±¿åÃûþ±1 üѦóúÇÍù Õ±ËýÃü »±¿ùûþ±ýÃ× Ûàò åÿÂõ1 ÎÂ󱩆±1 ü±æÃÅ ßÁ¿1Ëù ¼ åÿÂõàò1 ò±÷ ÷æÃðÅÃ1¼ ßÁ±¿ýÃÃòÏ1 ÎŽÂSî ¿üX±™L Îù±»±1 ŽÂ÷î± ÎîÂÝÒ1 ýÃñîÂî ò±¿åÃù û¿ðÃÝ ›¶¿îÂ|n¸¸¿î ¿ðÃûþ±î ÎîÂÝÒ ßÁ÷ ßÁ1± ò±¿åÃù¼ æÃûþ à±i§± Õ±1n¸ ÎîÂÝÒ1 ÷±æÃî îÂßÁÇ-¿ÂõîÂßÁÇ ýÃÃûþ¼ æÃûþýÃ× ßÁûþ Îû ÎîÂÝÒ1 ýÃñîÂî ¿äÂËò÷±1 Âõ±ËÂõ ÎßÁ±Ëò± ßÁ±¿ýÃÃòÏ ò±ýÃ× ¼ ë×ÂMÃÃÃ1î öÂÄù±¿ðÿ÷Ë1 ßÁûþ Îû ÷˦¨±î ÂõUî Îé¿1é¿1 ÷ÅßÁ¿ù ýÃÃ’ÂõÍù Ýù±ýÃ×Ëåü 1±¿åÃûþ±1 ðÅû±1 àÅ¿ùÂõ ù±¿áÂõ¼ ¿î¿òàò åÿÂõ1 ¿ÂõMÃÃÃÏûþ ü±ýÃñûÉ ¿ðÃÂõÍù ü±æÃÅ ÆýÃÃËåà 1±¿åÃûþ±ò äÂ1ßÁ±1¼ 1±¿åÃûþ±î ձ™LÐ1±©†ªÏûþ äÂù¿2äÃS ÷ËýÃñÈü»1 Õ±Ëûþ±æÃò ßÁ1± ýÃÃ’Âõ, î±î ÛýÃ× åÿÂõü÷ÓýÃà ›¶ðÃúÇò ßÁ1± ýÃÃ’Âõ ýÃ×îÂɱ¿ðà ýÃ×îÂɱ¿ðü ÎüýÃ×Âõ±ËÂõýÃ× åÿÂõ1 ßÁ±¿ýÃÃòÏ ¿ù¿àÂõ ùá± ÆýÃÃËåü 1±æà ßÁ±ÂóÅ11 ÂõU åÿÂõ ü¥óÓíÇ ýÃÃûþ, 1±¿åÃûþ±Ëî± ÷Å¿Mù±ö ßÁË1¼ î±î ձ™LæÃDZ¿îÂßÁ äÂù¿2äÃS ÷ËýÃñÈü»î ›¶ðÿúÇî ýÃÃûþ¼ 1±æà ßÁ±ÂóÅ11 ›¶±1¿yßÁ åÿÂõËÂõ±1 ü÷±æÃÂõ±ðÃ1 Âó1± ÕòÅ›¶±¿íî ÂõÅ¿ù ÎßÁ±»± ÆýÃÿåÃù¼ ÎüýÃ× ÛËßÁ ü÷ûþËî ö±1îÂÏûþ áíò±éÂÉ üÑâ Âõ± Õ±ýÃ׿Âó¿éÂÛ æÃò¿›¶ûþ ýÃÃ’ÂõÍù Õ±1y ßÁ¿1¿åÃù¼

¿äÂËò÷±1 ›¶¿î ձ¢¶ýÃÃÏüßÁËù ÷òî ÎÂóù±Âõ Âó±Ë1 Îû ÷±ðñ1 ýÃ׿Gûþ± ¿ò÷DZí ßÁ1± Î÷ýÃÃÂõÅÂõ à±ò1 ›¶ë±ßÁäÂò ýÃñë×ÂäÂ1 ù’á’î ßÁÒ±¿ä -ýÃñîÅ¿1 Õ±1n¸ ÷±æÃî ýÃ×Ñ1±æÃÏî Û÷ ¿ùà± Õ±¿åÃù¼ ÎüýÃ× ÛËßÁé± ýÃñîÅÂ1Ï Õ±1n¸ ßÁÒ±¿ä ö±1îÂ1 ßÁ¿÷ë׿ò©† Âó±¿éÂÇ1 ›¶îÂÏßÁ Õ±¿åÃù¼ ›¶Ÿ ë×ÂO±Âóò ýÃÃûþ Îû ÛýÃ×ËÂõ±11 ÷±æÃî ÎßÁ±Ëò± ñ1í1 üÑËû±á Õ±¿åÃù Îò¿ßÁ· λÂõ ¿åÿ1æà ‘æÃÅ¿ÂõùÏ’Ëûþ ðÃýÃÃé± àGî ÛýÃ× ›¶Ÿ Õ±1n¸ Âó¿1¿¦š¿îÂü÷ÓýÃà ðÃúÇßÁ1 üijÅàî ë×ÂÂ󦚱Âóò ßÁ¿1Ëåü ÛýÃ× ¿ä¿1æà ÎßÁ»ù ÷Ëò±1?ò1 Âõ±ËÂõ òýÃÃûþ¼ Âõ1Ñ ýÃ×ûþ±1 Îû±ËáË1 ÂõíÇí± ßÁ1± ÆýÃÃËåà ¿ýÃÃµÏ åÿÂõ1 ÷±ËæÃË1 ßÁ¿÷ë׿ò©†üßÁËù ¿òæÃ1 ÛËæÃG± äÂù±ýÃ× ïßÁ±1 ÎßÁÌúù1 ÂõÔî±™L ¼ ÎßÁ±»± ÆýÃÃËåà ¿ä™L± Õ±1n¸ ÷î±ðÃúÇ ›¶ä±1 ßÁ1± Îá±Âóò ÷La1 ßÁï±¼
Îåñ¿öÂËûþé 1±¿åÃûþ±1 ›¶¿î¿ò¿ñËûþ äÂù¿2äÃS ¿ò÷DZî±üßÁùßÁ ßÁûþ Îû ÂõÉ»¦š±Ëé±1 ¿Âõ1n¸ËX ûÅÒæà ¿ðÃûþ± ÛæÃò ò±ûþßÁ ÎßÁËòßÁÅ»± ýÃÃ’Âõ ù±Ëá¼ ¿äÂËò÷±î ñòÏ ÂõÉÂõü±ûþÏßÁ ᱿ù-á±ù±æà ßÁ¿1Âõ ù±Ëá¼ ßÁ’Âõ ù±Ëá Îû ÎîÂÝÒ ¿ðÃûþ± ðÃ1÷ýÃñË1 ÛæÃò ðÅÃàÏûþ± ÷±òÅËýÃà ßÁ±ËÂó±1 ¿ßÁ¿òÂõ Îò±»±Ë1, Îá±ËéÂýÃ× Âó¿1ûþ±ùËé±ßÁ àÅ»±Âõ Îò±»±Ë1¼ ÎÂõËäÂ1±ýÃ× ü±1 Âó±Ëù üßÁËù±Ë1 1±¿îÂ1 Îé±Âó¿ò ßÁ±¿ìÂÿ ¿òÂõ¼ äÂù¿2äÃS ¿ò÷DZî±üßÁùßÁ ›¶Ëù±¿öÂî ßÁ1± ÆýÃÿåÃù Îû ÎîÂÝÒËù±ßÁ1 åÿÂõËûþ 1±¿åÃûþ±òüßÁù1 ÷î±ðÃúÇ1 ›¶ä±1 ßÁ¿1Ëù, ÎîÂÝÒËù±ßÁ1 ÛËæÃG± ÕòÅü1í ßÁ¿1Ëù ÎîÂÝÒËù±ßÁ1 åÿÂõËÂõ±1 Îî¿îÂûþ±1 Îåñ¿öÂËûþé ýÃ×ë׿òûþò, îÅÂ1¦¨ Õ±1n¸ ýÃ×ë×ÂË1±Âóî ›¶ðÿúÇî ýÃÃ’Âõ¼ ¿äÂËò÷± ¿ò÷DZí1 Âõ±ËÂõ ñò ¿ðÃûþ± ýÃÃ’Âõ¼ Õ±ò Ûé± Õ¿î ä±=ùÉßÁ1 îÂïÉ ÛýÃ× ñ±1±Âõ±¿ýÃÃßÁàËò ›¶ßÁ±ú ßÁ¿1Ëåà ¼ 1±¿åÃûþ±òüßÁù ¿ýÃÃµÏ äÂù¿2äÃS1 áÏîÂ1 ¿ÂõË1±ñÏ Õ±¿åÃù¼ 1952 äÂòî Îî¿îÂûþ±1 îÂïÉ Õ±1n¸ ü¥xä±1 ÷LaÏËûþ Õù ýÃ׿Gûþ± Î1¿ëÂÕ’î ¿ýÃÃµÏ áÏî ¿ò¿ø¸X ßÁ¿1¿åÃù¼ ßÁ±1í ¿ðÃûþ± ÆýÃÿåÃù Îû ÛýÃ× áÏîÂËÂõ±1 ö±1îÂÏûþ üѦԨ¿îÂ1 ¿ÂõË1±ñϼ 1±¿åÃûþ±1 Âó1±÷úÇðñî±ýÃ× ÎîÂËòÍßÁËûþ ÆßÁ¿åÃù¼ ›¶Ÿ ë×ÂO±Âóò ýÃÃûþ Îû áÏîÂËÂõ±1 ö±1îÂÏûþ üѦԨ¿îÂ1 ¿ÂõË1±ñÏ Õ±¿åÃù Îò 1±¿åÃûþ±òüßÁËù ¿òæÃ1 ÷î±ðÃúÇßÁ ú¿Mú±ùÏ ßÁ¿1ÂõÍù ÎüýÃ×ËÂõ±1 ¿ò¿ø¸X ßÁ¿1Âõ ¿Âõ䱿1¿åÃù¼ ÎüýÃ× ¿òËø¸ñ±:±1 ü÷ûþî ձË÷¿1ßÁ±òüßÁËù Î1¿ëÂÕ’ ¿äÂùòî ¿ýÃÃµÏ áÏî ÂõËæñ»±1 ÂõÉ»¦š± ßÁ¿1¿åÃù¼ 1±ûþ éÂßÁÏæÃ1 ÷±¿ùßÁüßÁËù 1±¿åÃûþ±òüßÁùßÁ ü÷ÏýÃà òßÁ¿1Ëù ÎîÂÝÒËù±ßÁßÁ ñõÑü ßÁ1±1 ø¸ëÂÿûLa 1äÂò± ßÁ1± ýÃÃûþ¼ 1±ûþ1 ÂóPÏ üÅ¿÷S±1 ðñ¿ûþQ 1±¿åÃûþ±ýÃ× ùûþ¼ 1±ûþ éÂßÁÏæÃ1 ¿ÂõMÃÃà ¿Âõö±á1 ðñ¿ûþQî ïßÁ± ÂõÉ¿MæÃòßÁ ë×ÂÈËßÁ±ä ¿ðà ›¶¿îÂ|n¸¸¿î ¿ðÃûþ± ýÃÃûþ Îû ÎîÂÝÒ1 ÂóÅSßÁ ÷˦¨±1 Ûàò Õ¿öÂû±¿LaßÁ ÷ýÃñ¿ÂõðÃɱùûþî ò±÷ö¿îÂÇ ßÁ1±ýÃ× ¿ðÃûþ± ýÃÃ’Âõ¼ ÎüýÃ× ü÷ûþËåñ»±î ÂõU åñS-åñSÏËûþ Õ¿öÂû±¿LaßÁ Õ±1n¸ ¿ä¿ßÁÈü± ¿Âõ:±ò1 ¿úŽÂ± ¢¶ýÃÃí1 Âõ±ËÂõ Îåñ¿öÂËûþé 1±¿åÃûþ±Íù Æá¿åÃù¼ Õ±ä¿1î ñ1í1 ü±ðÔÃúɼ ÎüýÃ× ü÷ûþî 1±¿åÃûþ±òüßÁËùÝ åÿÂõ ¿ò÷DZî±üßÁùßÁ ÎîÂÝÒËù±ßÁ1 Îô±ò ÎéÂÂó ßÁ¿1 ÎÂõvßÁË÷ýÃ×ù ßÁ¿1¿åÃù¼ äÂ1ßÁ±Ë1Ý ðÃ1ßÁ±1Ï àÂõ1 ¿ðÃûþ± Âõg ßÁ¿1 ¿ðÿåÃù¼ ÛýÃ× üßÁËù±ËÂõ±1 ßÁï± Î»Âõ ¿ä¿1æà àòî ¿ä¿Sî ßÁ1± ÆýÃÃËåü
Õ±¿æà ßÁ¿÷ë׿ò©† Âõ± Âõ±ÝÒÂóLšÏüßÁËù, åÿÂõî ÛËæÃG± Õ±1n¸ ÕÂó›¶ä±11 ßÁï± ÎßÁ±»± Îù±ßÁüßÁËù ÛýÃ× Î»Âõ ¿åÿ1æÃàò ä±Âõ ù±Ëá¼ ö±1îÂ1 ¦¤±ñÏòî±1 ü÷ûþ1 Âó1± Îåñ¿öÂËûþé ýÃ×ë׿òûþò1 ¿Âõö±æÃòÍùËßÁ ¿ýÃÃµÏ åÿÂõî ÎßÁËòÍßÁ 1±¿åÃûþ±1 ÷î±ðÃúÇ1 ÛËæÃG± ä¿ù Õ±¿åÃù¼ ö±1îÂî Î|íÏ üÑ¢¶±÷ ÎßÁËòÍßÁ ›¶ü±¿1î ÆýÃÿåÃù· ÂõU åÿÂõî ýÃ×ûþ±ßÁ ÎòýÃÃ1n¸1 ü÷±æÃÂõ±ðà ձ1n¸ á±gÏ1 áÒ±Ý ÂõÉ»¦š±1 üÑâ±î ¿ýÃÃä±ËÂó ÎðÃàÅÝ»± ÆýÃÿåÃù¼ ÛýÃ×ËÂõ±1 ßÁ±÷1 ùŽÂÉ Õ±1n¸ ë×ÂËVúÉ Õ±¿åÃù Âõ±ÝÒÂóLšÏ ¿ä™L±ñ±1±ßÁ ›¶ü±¿1î ßÁ1±¼ áíò±éÂÉ üÑâ1 ðÃË1 üÑáêÂò Õ±1n¸ à±æñ Õ±ýÃÃ÷ðà ձÂõõ±åÃ1 ðÃË1 ü±¿ýÃÿîÂÉßÁ æÃò¿›¶ûþ ýÃÃÂõÍù Õ±1y ßÁ1±Ëé± Õ±ßÁ¿¦œßÁ ö±ËÂõ ÎýÃñ»± âéÂò± ò±¿åÃù¼ ßÁ±ýÃ×ôÂÏ Õ±æÃ÷Ï1 Âó1± æñËöÂðà ձàî±1ÍùËßÁ -üßÁËù±Ë» ÛýÃ× ñ1í1 Îùà± Îù¿à Õ±¿åÃù û’î Î|íÏ üÑ¢¶±÷1 ¿äÂSí ßÁ1± ÆýÃÿåÃù¼ ¿ÂõS÷±¿ðÃîÂÉ ÷é»±ËòýÃ× ðÃýÃÃé± àGî ÷±S ÎßÁýÃ×é±÷±ò ™¦1ËýÃà ë×ÂËij±¿äÂî ßÁ¿1Ëåà ¼ Âõ±ßÁÏ¿à¿ò1 üÑËû±æÃËòË1 ¿ÁZîÂÏûþ ¿åÃæÃò Õ±1n¸ Õ±ßÁø¸ÇíÏûþ ÎýÃñ»±Ëé± üy»¼

›¶Âõg1 ÎùàßÁ Õò™L ¿ÂõæÃûþ ÆðÿòßÁ æñá1í ßÁ±ßÁîÂ1 üýÃÃËû±áÏ ü¥ó±ðÃßÁ Õ±1n¸ 1±©†ªÏûþ äÂù¿2äÃS ÂõÒé± ¿ÂõæÃûþÏ ü÷±Ëù±äÂßÁ ¼  

Friday, June 2, 2023

অজিত শীলৰ ৰঙীন পৃথিবী

বহু বছৰৰ অাগতে, কবি নীলমনি ফুকন চাৰৰ ঘৰত এখন পেইন্টিং দেখিছিলোঁ ৷ ঘৰৰ বেৰত অাঁৰি থোৱা সেউজীয়া ৰঙৰ প্ৰাধান্য থকা সেই ছবিখনৰ  পিনে চাই চাৰে কৈছিল - অজিত শীলৰ কাম, খুব নাম কৰিব ৷  সেয়া অাছিল প্ৰথম চিনাকি ৷ নামটো অাৰু ছবিখনৰ কিছু অংশ মনৰ ভিতৰত ৰৈ গ'ল ৷

ডঃ মেঘালী গোস্বামীৰ সৌজন্যত এইবাৰ অজিত শীলক পালোঁ, অসংখ্য ছবি অাৰু দুখন কিতাপৰ সৈতে ৷ 'এক্সপ্ৰেছন থ্ৰো ইম্প্ৰেছন' নামৰ এখন প্ৰদৰ্শণী অাজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে, দহ জুনলৈকে চলিব ৷ ডঃ গোস্বামীয়ে কিউৰেট কৰা এই প্ৰদৰ্শণীত অাছে শ্ৰী শীলৰ মুঠ ১৭৫ খন লিথোগ্ৰাফিক, উদএনগ্ৰেভিং অাদিৰ প্ৰিন্টৰ এক বিশাল সমাহাৰ ৷ শিল্পৰসিকৰ বাবে এক অকল্পনীয় অানন্দ উৎসৱ ৷ এগৰাকী শিল্পীয়ে জীৱনটোত কৰা কামৰ মাজৰ পৰা কিছু পৰিমাণৰ কাম বিচাৰি উলিওৱাটো বহুত কঠিন কাম- কোনখন ৰাখিব কোনখন কিয় বাদ দিব - গুৰুত্বপূৰ্ণ কথা হ'ল গ্ৰহন-বৰ্জনৰ মাপকাঠি কি হ'ব- সকলোতকৈ  ডাঙৰ কথা এই নিৰ্বাচনে শিল্পীগৰাকীৰ শিল্পৰ বিশেষত্বক প্ৰকাশ কৰিব পাৰিবনে ?








ছবিবোৰ কালানুক্ৰমিক হিচাপে সজোৱা হোৱা নাই যেন লাগে, কিছু সংখ্যক ছবিৰ ওচৰতে লগাই থোৱা কাকতত ছবিৰ অংকণৰ সময়টো লেখা অাছে, প্ৰতিখন ছবিৰ সময় চোৱা সম্ভব নহ'ল ৷ তথাপিতঅ অনুমান কৰিছো শিল্পীয়ে ছবিৰ বক্তব্য প্ৰকাশৰ ক্ষেত্ৰত ক্ৰমাৎ সৰলতাৰ পিনে অাগবাঢ়ি গৈ অাছে ৷ যিকোনো সৃজনীশীল কামৰ ক্ষেত্ৰতেই কাৰিকৰী দক্ষতা অাৰু বক্তব্য প্ৰকাশৰ সৰলতাৰ সঠিক সংমিশ্ৰণে শিল্পক পৰবৰ্তী স্তৰলৈ উন্নীত কৰে ৷ অজিত শীলৰ কামত এই শৈল্পিক পৰিপক্কতা প্ৰকাশ পাইছে ৷ এশ পয়সত্তৰটি শিল্পকৰ্মৰ মাজৰ পৰা উদাহৰণ দি কথা কোৱা সহজ নহয় ৷ তথাপিতো মই বিচাৰি বিচাৰি চাইছিলো অজিত শীলৰ হাতত জীৱন্ত হৈ উঠা চৰাইবোৰ ৷ শক্তিশালী ৰেখাৰে অংকণ কৰা চৰাইবোৰৰ প্ৰতিটোৱে অ ামাৰ সন্মুখলৈ লৈ অাহিছে অভিজ্ঞ তাঅাৰু অনুভবৰ বিচিত্ৰ জগত ৷ কোনোবাখন ছবিত ময়ূৰ চৰাইটো শান্ত-সমাহিত- যেন প্ৰেয়সীৰ ওচৰত বহি অতিবাহিত কৰিছে স্বৰ্গীয় সুখৰ অনুভব ৷  কোনোবাখনত ময়ুৰজনী অাহি লাস্যময়ী ভংগীৰে গাভৰুজনীৰ সতে মিতিৰালি কৰিছে ৷ কৰবাত যেন চৰাইটোৱে প্ৰয়সীৰ লগত ভগাই লৈছে কিবা গোপন সংবাদ, অান এখনত হয়তো চৰাইটোৱে স্থিৰ খোজেৰে প্ৰেয়সীৰ সতে অাগবাঢ়িছে কোনোবা গঅপন অভিষাৰত ৷ অজিত শীলৰ চৰাইবোৰ চৰাই নহয়, যেন একোটা তেজ-মঙহৰ মানুহ ৷ শিল্প ঐশ্বৰ্য ভাণ্ডাৰৰ এয়া এটি নগণ্য অংশৰ বর্ণনা মাথোন ৷   
















চিত্ৰপ্ৰদৰ্শনীত শিল্পী জ্ঞানেন বৰকাকতিৰ সতে উৎপল দত্ত

শিল্পৰ এই মহোৎসৱৰ বাবে ডঃ মেঘালী গোস্বামী, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অাৰু অসম চাৰু-কাৰু কলা পৰিষদ ধন্যবাদৰ পাত্ৰ ৷ 

............................................................